মধুৰ পঞ্চম সন্তান! এনেকুৱা নাম কেতিয়াবা শুনিছেনে?

এই সময়ত প্ৰতিজন ব্যক্তিৰ লগত আধাৰ কাৰ্ড থকাটো বাঞ্চনীয় হৈ পৰিছে। সকলো অফিছ, শিক্ষানুষ্ঠানতে আধাৰ কাৰ্ড ব্যৱহাৰ হয়। আধাৰত কাৰ্ডৰ ফলতেই এটা শিশুৰ লগত ঘটে অদ্ভুত ঘটনা । উত্তৰ প্ৰদেশৰ শিশু এটিয়ে নামভৰ্তি কৰিবলৈ বিদ্যালয়ত উপস্থিত হয়। শিশুটিৰ আধাৰকাৰ্ড দেখি বিদ্যালয় নাম ভৰ্তি কৰাৰ বাবে অমান্তি হয়। কাৰণ আধাৰ কাৰ্ডত শিশুটিৰ নাম “মধু কা পঞ্চৱা বাচ্চা” আৰু “মধুৰ বেবী ফাইভ” লিখা আছিল বুলি জনা যায়। উত্তৰ প্ৰদেশৰ আধাৰ কাৰ্ডৰ এই ঘটনাই ভাইৰেল হৈ পৰিছে সামাজিক সমাধ্য়মত। জিলা দণ্ডাধীশে জনোৱা অনুসৰি এইটো ভুল ঘোৰ অৱহেলাৰ ফলত সংঘটিত হয়। এই ঘটনাৰ লগত জড়িত লোকসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...