হাতীৰ আক্ৰমণত প্ৰাণ গ’ল বনকৰ্মীৰ

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। হাতীৰ আক্ৰমণত প্ৰাণ গ’ল বনকৰ্মীৰ। গোৱালপাৰাৰ গৌৰনগৰ শালবাৰী দ্বিতীয় খণ্ডত হাতীৰ আক্ৰমণত নিহত এজন বনকৰ্মী।

হাতী খেদিবলৈ গৈ নিহত বনকৰ্মী এন্টনী খাখলাৰী। ঘটনাত গুৰুতৰভাৱে আহত ২ স্থানীয় ব্যক্তি। কেইবাদিনো হাতীয়ে উপদ্ৰৱ চলাই আছিল অঞ্চলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...