আজিৰে পৰা IPL, প্ৰথম মেচত চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আজিৰে পৰা আৰম্ভ IPL। দুটা বছৰ কোভিডৰ বাবে ডুবাইত অনুষ্ঠিত হৈছিল IPLৰ মেচ। IPLৰ বাবে সাজু হৈছে দেশৰ ক্ৰিকেটপ্ৰেমী ৰাইজ। এইবাৰ IPLত ১০টা দলে অংশগ্ৰহণ কৰিব। IPLৰ অধিকাংশ মেচ অনুষ্ঠিত হ’ব মুম্বাইত।

আজি প্ৰথম মেচত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইটৰাইডাৰ্ছ। সন্ধিয়া ৭.৩০ বজাত মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ’ব উদ্বোধনী মেচ। IPLত এইবাৰ নতুনকৈ দুটা দলে মেচত অংশগ্ৰহণ কৰিব। গুজৰাট টাইটান্ছ আৰু লক্ষ্ণৌ ছুপাৰজায়েণ্টছে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব IPLত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...