হাতীৰ আক্ৰমণত প্ৰাণ গ’ল বনকৰ্মীৰ

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। হাতীৰ আক্ৰমণত প্ৰাণ গ’ল বনকৰ্মীৰ। গোৱালপাৰাৰ গৌৰনগৰ শালবাৰী দ্বিতীয় খণ্ডত হাতীৰ আক্ৰমণত নিহত এজন বনকৰ্মী।

হাতী খেদিবলৈ গৈ নিহত বনকৰ্মী এন্টনী খাখলাৰী। ঘটনাত গুৰুতৰভাৱে আহত ২ স্থানীয় ব্যক্তি। কেইবাদিনো হাতীয়ে উপদ্ৰৱ চলাই আছিল অঞ্চলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...