তেজস্বিতাৰ মৃত্যুৱে উদঙালে স্বাস্থ্যৰ পয়ালগা অৱস্থা

স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবদ বছৰি হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি অহাৰ পিছতো আজিও ৰাইজক ন্যূনতম চিকিৎসা সেৱা প্ৰদান কৰিবলৈ সক্ষম নহ’ল স্বাস্থ্য বিভাগ। ৩ কোটি ৩০ লাখ জনসংখ্যাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত বৰ্তমান আছে মাথোঁ ২১২৩খনহে ICUযুক্ত বিছনা। কাগজে-পত্ৰই বিভিন্ন জিলাত অত্যাধুনিক চিকিৎসা সেৱা প্ৰদান কৰা বুলি দাবী কৰি অহা হৈছে যদিও বিভিন্ন জিলাৰ চৰকাৰী চিকিৎসালয়ত কাৰ্যক্ষম হৈ থকা নাই ICU বিছনা, অক্সিজেনযুক্ত বিছনা অথবা ভেণ্টিলেটৰ সহায়ক বিছনা আদি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...