গাড়ীৰ যন্ত্ৰাংশ নিৰ্মাণ কৰা প্ৰতিষ্ঠানত বিধ্বংসী জুই!

হাৰিয়ানাৰ গুৰুগ্ৰামত ভয়ংকৰ অগ্নিকাণ্ড৷ গাড়ীৰ যন্ত্ৰাংশ নিৰ্মাণ কৰা প্ৰতিষ্ঠানত জুই৷ বিলাসপুৰৰ ঔদ্যোগিক এলেকাত এই ঘটনা৷ হঠাৎ জুয়ে আগুৰি ধৰে সমগ্ৰ কাৰখানাটো৷ কাৰখানাৰ ভিতৰত আবদ্ধ লোকৰ তথ্য এতিয়াও পোহৰলৈ অনা নাই৷ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে অব্যাহত ৰাখিছে জুই নিৰ্বাপণৰ চেষ্টা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ডিব্ৰুগড়ত নাহৰফুটুকীৰ আতংক

ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াত নাহৰফুটুকীৰ মুক্ত বিচৰণ জীৱন ফুকন নগৰত CCTVত...

জীৱনৰ শিক্ষা প্ৰদান কৰাৰ প্ৰয়াস, বিক্ৰেতাৰ ৰূপত এজাক কণমানি

কেৱল পাঠ্যপুথিৰ শিক্ষাই নহয়, জীৱনৰ শিক্ষাৰে ছাত্ৰ-ছাত্ৰীক মানুহ কৰাৰ...

১ মাৰ্চৰ পৰা উপলব্ধ হ’ব গুৱাহাটীৰ RR vs CSKৰ IPL মেচৰ টিকট

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা...