কয়লা খনিত বিস্ফোৰণ, ২৫জনৰ মৃত্যু

তুৰ্কীৰ কয়লাখনিত ভয়ংকৰ বিস্ফোৰণত ২২ জনকৈ শ্ৰমিকৰ মৃত্যু৷ বিস্ফোৰণৰ সময়ত খনিত কৰ্মৰত আছিল ১১০ জনকৈ লোক৷ বিস্ফোৰণত আহত অৰ্ধশতাধিক শ্ৰমিক৷

উত্তৰ তুৰ্কীৰ বাৰ্টিন প্ৰদেশৰ কয়লা খনিত বিস্ফোৰণ। কয়লা খনিতে আবদ্ধ হৈ আছে কেইবাজনো লোক। বিস্ফোৰণৰ সময়ত খনিত আছিল প্ৰায় ১১০জন লোক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...