গাড়ীৰ যন্ত্ৰাংশ নিৰ্মাণ কৰা প্ৰতিষ্ঠানত বিধ্বংসী জুই!

হাৰিয়ানাৰ গুৰুগ্ৰামত ভয়ংকৰ অগ্নিকাণ্ড৷ গাড়ীৰ যন্ত্ৰাংশ নিৰ্মাণ কৰা প্ৰতিষ্ঠানত জুই৷ বিলাসপুৰৰ ঔদ্যোগিক এলেকাত এই ঘটনা৷ হঠাৎ জুয়ে আগুৰি ধৰে সমগ্ৰ কাৰখানাটো৷ কাৰখানাৰ ভিতৰত আবদ্ধ লোকৰ তথ্য এতিয়াও পোহৰলৈ অনা নাই৷ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে অব্যাহত ৰাখিছে জুই নিৰ্বাপণৰ চেষ্টা৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...