ধেমাজিৰ জয়ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড

ধেমাজিৰ জয়ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড। পানবাৰী-কাঞ্চকোনাস্থিত বনাঞ্চলত এই অগ্নিকাণ্ড। জুই বিয়পি পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলটোত। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ নিৰ্বাপন হোৱা নাই জুই। আনফালে বনাঞ্চলত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়াও ৰহস্যৰ আৱৰ্তত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...