মাজুলীত তেজস্বিতাৰ নামত এখন মেডিকেল কলেজ স্থাপন কৰক, কান্দি কান্দি আহ্বান পিতৃৰ

তেজস্বিতাৰ নামত এখন মেডিকেল কলেজ স্থাপনৰ আহ্বান পিতৃৰ। শীঘ্ৰে যোৰহাট-মাজুলী দলংখন চৰকাৰক সম্পূৰ্ণ কৰাৰ আহ্বান। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি বাসগৃহত সাক্ষাতৰ সময়তে এই আহ্বান জনায় পিতৃয়ে।

প্ৰতিভাৱান শিশুশিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক মৃত্যুত শোকস্তদ্ধ মাজুলী। তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা। ADC বিপুল দাসৰ নেতৃত্বত আৰম্ভ তদন্ত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...