ভাল চিকিৎসালয় এখনৰ অধিকাৰ নাই মাজুলীবাসীৰ!

মাজুলীৰ প্ৰতিভাৱান কিশোৰী কণ্ঠশিল্পী তেজস্বিতা বৰুৱা। গুৰুজনাৰ তিথিত বৰগীত গাই থাকোঁতেই ঢলি পৰা তেজস্বিতাক ভৰ্তি কৰোৱা হৈছিল মাজুলীৰ জিলা অসামৰিক চিকিৎসালয়ত। তাতেই মৃত্যু হ’ল তেজস্বিতাৰ। তেজস্বিতাৰ আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে মাজুলীবাসী। শোকস্তব্ধ অসম। অভিযোগ উঠিছে উপযুক্ত চিকিৎসা নোপোৱাৰ লগতে চিকিৎসকৰ গাফিলতিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...