মাজুলীত তেজস্বিতাৰ নামত এখন মেডিকেল কলেজ স্থাপন কৰক, কান্দি কান্দি আহ্বান পিতৃৰ

তেজস্বিতাৰ নামত এখন মেডিকেল কলেজ স্থাপনৰ আহ্বান পিতৃৰ। শীঘ্ৰে যোৰহাট-মাজুলী দলংখন চৰকাৰক সম্পূৰ্ণ কৰাৰ আহ্বান। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি বাসগৃহত সাক্ষাতৰ সময়তে এই আহ্বান জনায় পিতৃয়ে।

প্ৰতিভাৱান শিশুশিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক মৃত্যুত শোকস্তদ্ধ মাজুলী। তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা। ADC বিপুল দাসৰ নেতৃত্বত আৰম্ভ তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...