ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ প্ৰাঃ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ প্ৰাঃ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
৩৩ বছৰ ধৰি একেৰাহে ৰাজ্যসভাৰ সাংসদ হৈ আছিল ড০ মনমোহন সিং
অসমৰ পৰাও ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিছিল প্ৰাঃ প্ৰধানমন্ত্ৰীজনে
’৯১ত ১মবাৰলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল অৰ্থনীতিবিদজন
২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...