দুৰ্নীতিৰ সদাগৰ বাহাৰুল ইছলামক আটক CIDৰ

বটদ্ৰৱা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বাহাৰুল ইছলামক আটক। নিশা ৩ বজাত CIDৰ দলে বাহাৰুল ইছলামৰ ধিং ৰজাবাৰী গাঁৱৰ বাসগৃহৰ পৰা আটক কৰে। প্ৰায় ১৫ বছৰ ধৰি বটদ্ৰৱা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰূপে কৰ্মৰত হৈ বহু দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ আছে ইছলামৰ বিৰুদ্ধে। ৰাজনৈতিক নেতাৰ আশিসধন্য বাহাৰুল ইছলামৰ বিৰুদ্ধে পূৰ্বেও বহু অভিযোগ উত্থাপন হৈ আহিছিল যদিও তদন্তৰ আওতালৈ আনিব পৰা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...