ক’ভিডত আক্রান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ক’ভিডত আক্রান্ত। ২০২০ বৰ্ষৰ আগষ্ট মাহতো প্ৰথমবাৰৰ বাবে কভিডত আক্ৰান্ত হৈছিল। ইফালে ৰাজ্যত হ্ৰাস পাইছে ক’ভিডৰ টেষ্ট। ক’ভিডৰ টেষ্ট হ্ৰাস পাইছে যদিও কমা নাই সংক্ৰমিতৰ হাৰ। বুধবাৰে ৰাজ্যত পজিটিভিটীৰ হাৰ ৯.৮৫ শতাংশ। সৰ্বমুঠ ক’ভিডৰ টেষ্ট সম্পন্ন হৈছিল ১৯ হাজাৰ ৮০৩ টা। দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ১৯৫১ জন । কেৱল কামৰূপ মহানগৰীতে আক্ৰান্ত ৪২২ জন। দিনটোত ৰাজ্যত বৃদ্ধি মৃত্যুৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ২১ জন ক’ভিড ৰোগীৰ মৃত্যু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...