অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক

অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক। এইবাৰ যোৰহাটৰ বৰহুজত পুলিবৰ আৰক্ষীৰ গুলীচালনা। দুধৰ্ষ ডকাইত পৰশুৰাম দাসলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰিলে গুলীচালনা। আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰিছিল ডকাইত পৰশুৰাম দাসে। তেতিয়াই ডকাইতটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে।
আনফালে পৰশুৰামৰ আক্ৰমণত আহত হয় এজন আৰক্ষী। পৰৱৰ্তী সময়ত কুখ্যাত ডকাইত পৰশুৰামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...