- ৫ ৰাজ্যৰ বিধানসভাক লৈ আজি নিৰ্বাচন আয়োগৰ বৈঠক
- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰে বৈঠক নিৰ্বাচন আয়োগৰ
- আলোচনা হ’ব নিৰ্বাচনমুখী ৰাজ্যৰ ক’ভিড পৰিস্থিতিকলৈ
- অমিক্ৰনৰ সংক্ৰমণক লৈয়ো হ’ব পৰ্যালোচনা
- নিৰ্বাচনী প্ৰচাৰ, ভোটগ্ৰহণৰ সময়ত ক’ভিড প্ৰ’টকল সম্পৰ্কত বিচাৰিব পৰামৰ্শ
- বিধানসভা নিৰ্বাচন হ’ব উত্তৰ প্ৰদেশ, মণিপুৰ, উত্তৰাখণ্ড, গোৱা, পাঞ্জাৱত
- জানুৱাৰীৰ প্ৰথম সপ্তাহত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা