৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা | মণিপুৰত দুটা পৰ্যায়ত নিৰ্বাচন

৫খন ৰাজ্যৰ বাবে মুঠ ৭টা পৰ্যায়ত নিৰ্বাচন
উঃপ্ৰদেশত ১০,১৪,২০,২৩,২৭ ফেব্ৰুৱাৰী,৩,৭ মাৰ্চত ভোট
পঞ্জাব, উত্তৰাখণ্ড, গোৱাত ১৪ ফেব্ৰুৱাৰীত ভোট
মণিপুৰত ২৭ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোট
মণিপুৰত ৩ মাৰ্চত ২য় পৰ্যায়ৰ ভোট
১৪ ফেব্ৰুৱাৰীত পঞ্জাব, গোৱাত নিৰ্বাচন
২৩ ফেব্ৰুৱাৰীত উঃপ্ৰদেশত ৪ৰ্থ পৰ্যায়ৰ ভোট
২৭ ফেব্ৰুৱাৰীত উঃপ্ৰদেশ, মণিপুৰত আনটো পৰ্যায়
৬ মাৰ্চত উঃপ্ৰদেশত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ
২০ ফেব্ৰুৱাৰীত উঃপ্ৰদেশত ৩য় পৰ্যায়ৰ নিৰ্বাচন
২৩ ফেব্ৰুৱাৰীত উঃপ্ৰদেশ, মণিপুৰৰ ৪ৰ্থ পৰ্যায়
১০ মাৰ্চত পাঁচোখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...