ড্ৰাগছসহ জালত মুকছিদুল ইছলাম আৰু ছাদ্দাম হুছেইন

বৰছলা আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযান। লাহৰীঘাটৰ কছাৰীবড়ী গাঁৱৰ পৰা ২ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা মুকছিদুল ইছলাম আৰু ছাদ্দাম হুছেইন। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা দুটা সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি দুটা প্লাষ্টিক কন্টেইনাৰ , ১টা মোবাইল ফোন আৰু নগদ ১,২৫০ টকা জব্দ কৰে।

জব্দ কৰা সন্দেহ ষুক্ত ড্ৰাগছখিনিৰ ওজন ২১ গ্ৰাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...