১৮টা ব্ৰাউন চুগাৰৰ কণ্টেইনাৰসহ জালত ৩ সৰবৰাহকাৰী

ছিপাঝাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। ১৮টা ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে।

ইয়াৰ লগতে ৩ ড্ৰাগছ সৰবৰাহকাৰীক আটক। আটক দৰঙৰ চায়েদুৰ ৰহমান ওৰফে ইকবাল, কামৰূপৰ মজিবৰ আলী আৰু নুৰুন নেছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...