অধ্যাপক জয়শ্ৰী দাসৰ নিলম্বন প্ৰত্যাহাৰ

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক জয়শ্ৰী দাসৰ নিলম্বন প্ৰত্যাহাৰ এগৰাকী ছাত্ৰীক শাস্তি প্ৰদান কৰাৰ অপৰাধত নিলম্বিত কৰা হৈছিল শিক্ষয়িত্ৰীগৰাকীক। ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পুনৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপচাৰ্যই জয়শ্ৰী দাসৰ নিলম্বন প্ৰত্যাহাৰ কৰে। পিছত সংবাদমেলযোগে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে শিক্ষয়িত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...