কেবিনেট বৈঠকত কি কি সিদ্ধান্ত ল’লে অসম চৰকাৰে ?

হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কেবিনেট বৈঠকৰ অন্তত পীযুষ হাজিৰকাৰ সংবাদমেল। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেবিনেট বৈঠকত। ১১৪টা মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ বাবে ৯৫৮ কোটি টকা আৱণ্টন। ৬ খন গ্ৰাম্য দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত। তামুলপুৰ মেডিকেল কলেজৰ বাবে ৪৫০ কোটি টকা আৱণ্টন। মৰিয়নীত ১০৩টা পৰিয়ালক প্ৰদান কৰিব মাটিৰ পট্টা।

ডিব্ৰুগড় আৰু শিলচৰ এতিয়াৰে পৰা হ’ব পৌৰ নিগম। এফ চি আইক ধান বিক্ৰী কৰিবলৈ আহ্বান ৰাজ্যৰ কৃষকসকলক। প্ৰতি কুইণ্টল ধানৰ বিনিময়ত লাভ কৰিব ১৯৪০ টকা। অসমৰ এটা সুকীয়া প্ৰতীক চিহ্ণৰ চিন্তা–চৰ্চা চৰকাৰৰ। প্ৰতীক চিহ্ণৰ বাবে ৰনোজ পেগু আৰু কেশৱ মহন্তৰ নেতৃত্বত কমিটি গঠন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...