৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ, থিতাতে মৃত্যু যুৱকৰ

৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ। জোনাইৰ লাইমেকুৰী ৰাকুত ককেত ভয়ংকৰ পথ দুৰ্ঘটনা।

থিতাতে এজন লোকৰৰ মৃত্যু ঘটে। এজোপা প্ৰকাণ্ড গছ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰাত মৃত্যু এজন লোকৰ।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাইমেকুৰীৰ ৰাকুত ককেত লাইমেকুৰীৰ পৰা বৈকুণ্ঠপুৰ অভিমুখে আহি থকা এখন AS 01 AD6502 নম্বৰৰ এখন বেগনাৰ এই দুৰ্ঘটনা পতিত হয়।

লোকজনৰ নাম ৰুছটম দলে ওৰফে ৰাজা দলে। এই দুৰ্ঘটনাত এজোপা প্ৰকাণ্ড শুকান গছ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ভাঙি পৰাত সেই AS 01 AD6502 নম্বৰৰ বাহনখনৰ ওপৰত পৰে । লগে লগে ৰামধন মালী গাঁৱৰ ৰুছটম দলে নামৰ যুৱকজন মৃত্যু ঘটে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...