দৈনিক বাতৰি

ৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি!

ৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি, হাই এলাৰ্টসদাব্যস্ত সৰোজিনী নগৰ বজাৰ বন্ধ কৰি দি তন্ন তন্ন তালাচীউত্তৰ প্ৰদেশ আৰক্ষীয়ে পোৱা ভাবুকিপূৰ্ণ ইমেইলৰ পিছতে তৎপৰতাতেহৰিক-ঈ-তালিবান ইণ্ডিয়াৰ...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল...

জোনাই মহকুমাত ১৪৪ ধাৰা জাৰি!

জোনাই মহকুমাত ১৪৪ ধাৰা জাৰিমহকুমাধিপতিৰ কাৰ্যালয়ৰ অভিমুখে গৰু-ম’হসহ সহস্ৰাধিক গোপালকগোপালকৰ অভিনৱ প্ৰতিবাদক লৈ ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ৫জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞাঅনুমতি অবিহনে জোনাইত...

২০২১ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ১৮০জন সন্ত্ৰাসবাদী

২০২১ বৰ্ষত ১৮০জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছে। যোৱা বছৰত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে অহৰহ পদক্ষেপ গ্ৰহণ কৰিছিল নিৰাপত্তাৰক্ষীয়ে। লোকসভাত এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। চলিত...

বাঢ়িল পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ দাম! বৃদ্ধি পালে বিদ্যুতৰ মাচুলো

ক’ভিডকেন্দ্ৰিক পৰিস্থিতিয়ে অৰ্থনৈতিকভাৱে জুৰুলা কৰা অসমবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ ৰামটাঙোন চৰকাৰৰ। একেনিশাই ভিতৰতে সৰ্বসাধাৰণৰ বাজেটত লগালে আউল। অহা মাহত আপোনাৰ মাহেকীয়া বাজেটত আৰু অলপ...

Popular