শ্বাহিন আফ্ৰিদীয়ে যশপ্ৰীত বুমৰাহক দিলে বিশেষ উপহাৰ

পিতৃ-মাতৃ… জীৱনৰ আটাইতকৈ মধুৰ অনুভৱ পিতৃ-মাতৃ। এটা ভাল লগা সত্তা… সকলোৰে হৃদয়ত বাজি উঠা এটা সুৰীয়া সুৰ হয়তো পিতৃ-মাতৃ। কিছুদিন পূৰ্বেই পিতৃ হৈছে ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহ। বুমৰাহৰ জীৱনলৈ আহিছে এটি পুত্ৰ সন্তান।

দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে হৈ থকা খেলত বৰষুণে বিধি পথালি দিয়াৰ বাবে আধাতেই সামৰিব লগা হয়। ইয়াৰ মাজতেই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা মতে খেলখন আধৰুৱা হোৱাৰ পাছতেই পাকিস্তানৰ ক্ৰিকেটাৰ শ্বাহিন আফ্ৰিদী বুমৰাহৰ ওচৰলৈ দৌৰি আহে আৰু তাৰ পাছতেই বুমৰাহৰ হাতত তুলি দিয়ে এটা উপহাৰ। লগতে তেওঁ বুমৰাহক শুভেচ্ছাো দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...