দৈনিক বাতৰি

শিক্ষা বিভাগত চাকৰি পোৱাসকলে ৩ বছৰলৈ আন চাকৰিত কৰিব নোৱাৰিব আবেদন

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিভাগত নতুনকৈ নিযুক্তি পোৱা কৰ্মচাৰীয়ে ৩ বছৰলৈ কোনো ৰাজ্যিক পৰ্যায়ৰ চাকৰিত আবেদন কৰিব নোৱাৰিব। নিযুক্তি পোৱাৰ ৩ বছৰলৈ কোনো অসম...

২০২২ৰ IPLত দেখা নাপাব এই সকল খেলুৱৈক

আই পি এলৰ Mega Auctionৰ প্ৰস্তুতি এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে। সকলো দলে ইতিমধ্যে তেওঁলোকৰ ৰাখিবলগীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে আনহাতে লীগত যোগদান কৰা দুয়োটা...

দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ

শুকুৰবাৰৰ তুলনাত দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ২৪ ঘণ্টাত দেশত সংক্ৰমিত ৩ লাখ ৩৭ হাজাৰ লোকশুকুৰবাৰৰ তুলনাত এই সংখ্যা ২.৭ শতাংশ কমসক্ৰিয় ক’ভিড আক্ৰান্তৰ হাৰ...

নিজে গৰ্ভধাৰণৰ পৰিৱৰ্তে চেৰ’গেট মাতৃৰ জৰিয়তে সন্তান জন্ম দিবলৈ সাজু প্ৰিয়ংকা চোপ্ৰা

মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। শুকুৰবাৰে নিশা স্বামী নিক জ’নাছৰ স’তে এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অৱশ্য প্ৰিয়ংকা চোপ্ৰাই নিজে গৰ্ভধাৰণৰ পৰিৱৰ্তে চেৰ’গেট...

গণৰাজ্য দিৱসত ৰাজ্যত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব?

সমাগত গণৰাজ্য দিৱস। ইতিমধ্যে দেশজুৰি চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। ব্যতিক্ৰম নহয় অসমো। এইবাৰ গণৰাজ্য দিৱসত ৰাজ্যত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব পতাকা? খানাপাৰাত পতাকা উত্তোলন...

Popular