শিক্ষা বিভাগত চাকৰি পোৱাসকলে ৩ বছৰলৈ আন চাকৰিত কৰিব নোৱাৰিব আবেদন

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিভাগত নতুনকৈ নিযুক্তি পোৱা কৰ্মচাৰীয়ে ৩ বছৰলৈ কোনো ৰাজ্যিক পৰ্যায়ৰ চাকৰিত আবেদন কৰিব নোৱাৰিব। নিযুক্তি পোৱাৰ ৩ বছৰলৈ কোনো অসম চৰকাৰৰ অধীনৰ সমপৰ্যায়ৰ আন চাকৰিৰ বাবে কৰিব নোৱাৰিব আবেদন। ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনাও প্ৰকাশ কৰিছে শিক্ষা বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...

মাৰ্কিন গায়িকা মেৰী মিলবেনৰ বিস্ফোৰক দাবী; আমেৰিকাৰ নিৰ্বাচিত দাতাৰ পৰা CJP-এ ধন লাভ কৰে

আমেৰিকান গায়িকা মেৰী মিলবেনে বুধবাৰে এক বিস্ফোৰক দাবী কৰে...