দৈনিক বাতৰি

ধুবুৰীত মানসিক স্বাস্থ্যৰ ওপৰত সজাগতা শিৱিৰ

দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যনে গোৱালপাৰা জিলাৰ পৰা মানসিক স্বাস্থ্যৰ ওপৰত কেন্দ্ৰ কৰি আৰম্ভ কৰা সজাগতা শিৱিৰটি আজি ধুবুৰীৰ ৪ টাকৈ স্থানত ক্ৰমে ধুবুৰী নগৰ...

ভাৰতীয় সেনাক ক্ৰমাৎ দুৰ্বল কৰি আনিছে নৰেন্দ্ৰ মোদীয়ে

✒️ অচিন্ত্য শৰ্মা যোৱা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰা ৰাষ্ট্ৰীয় বাজেটে দেশৰ নিৰাপত্তা পৰিমণ্ডলত সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰীয়াৰ। ২০২৩-২৪ চনৰ বিত্তীয়...

দুমাহৰ ভিতৰতে ১০ কোটিলৈ বৃদ্ধি ChatGPTৰ ব্যৱহাৰকাৰী

ইণ্টাৰনেটৰ পৃথিৱীত আলোড়ন তুলি আহি আছে ChatGPTদুমাহৰ ভিতৰতে ১০ কোটিলৈ বৃদ্ধি ChatGPTৰ ব্যৱহাৰকাৰীফেচবুক-গুগলতকৈও অধিক জনপ্ৰিয় হৈ উঠিব ChatGPT!ChatGPTয়ে যিকোনো বিষয়ৰ বিস্তৃত বিৱৰণীসহ দিব আপোনাৰ...

সমাজসেৱী সংগঠন ‘সদিচ্ছা’লৈ লিঅ’ এক্সপ’ ২০২৩ সমাজসেৱা বঁটা

লিঅ’ এক্সপ’ত ৬ ৰাষ্ট্ৰৰ বিপণিত বিপুল সমাগম ক্ৰেতাৰ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত মহা পয়োভৰেৰে অনুষ্ঠিত হৈ আছে ২৩ সংখ্যক লিঅ’ এক্সপ’। এই এক্সপ’ৰ লগত...

পূৰ্বোত্তৰৰ দুৱাৰমুখত বৰবিহৰ বৰবেহা

✒️ অচিন্ত্য শৰ্মা পূৰ্বোত্তৰৰ দুৱাৰমুখত বৰবিহৰ বৰবেহাম্যানমাৰত বাঢ়িছে আফিঙৰ খেতিসামৰিক শাসনৰ অনুপেক্ষণীয় অভিশাপভাৰতৰ বাবে নতুন প্ৰত্যাহ্বান আফগানিস্তানৰ শাসনভাৰ তালিবানে পুনৰবাৰ বেদখল কৰিবলৈ লোৱাৰ সময়তে বিভিন্ন মহলে...

Popular