ফুটবলৰ মহাতাৰকা মেছিৰ আন এটা বেলন ডি’অৰ লাভ

ফুটবলৰ মহাতাৰকা মেছিৰ আন এটা বেলন ডি’অৰ লাভ
দুভৰিৰ যাদুকৰৰ হাতত অষ্টমটো বেলন ডি’অৰ বঁটা

লিঅ’নেল মেছি। বিশ্ব ফুটবলৰ তেওঁ মহাতাৰকা । তেওঁৰ দুভৰিৰ ছন্দত চূৰ্ণ-বিচূৰ্ণ হৈ বিশ্বৰ নামি দামী ডিফেণ্ডাৰ, নামি দামী ফুটবল দল। আৰ্জেণ্টিনাৰ এখন সৰু চহৰ ৰোজাৰিওত জন্মলাভ কৰা এইজন ফুটবলৰ তাৰকাই নিজৰ ফুটবলৰ বিক্ৰমৰে মন্ত্ৰমুগ্ধ কৰি আহিছে বিশ্ব কোটি কোটি ফুটবল অনুৰাগীক। দখল কৰি আহিছে বহু গুৰুত্বপূৰ্ণ ট্ৰফী, বঁটা। বিশ্ব ফুটবলৰ তেনে এক গুৰুত্বপূৰ্ণ বঁটা আকৌ নিজৰ নামত কৰে মহাতাৰকাজনে। অষ্টমবাৰলৈ সন্মানীয় বেলন ডি’অৰ বঁটা লাভ কৰে মেছিয়ে। বিগত বিশ্বকাপ ফুটবলত দেশৰ হাতত সুদৃশ্য ট্ৰফী তুলি দিয়াত মেছিয়ে যোগোৱা অসামান্য অৱদানৰ বাবেই এই বঁটা প্ৰদান কৰে ফুটবলৰ যাদুগৰজনক। বৰ্ষশ্ৰেষ্ঠ খেলুৱৈজনক ফিফাই বছৰি প্ৰদান কৰে এই বঁটা। ইয়াৰ পূৰ্বে ২০০৯, ২০১০, ২০১১, ২০১২…
২০১৫, ২০১৯ আৰু ২০২১ত মেছিয়ে লাভ কৰিছিল এই বঁটা

সন্মানীয় বেলন ডি’অৰ লাভ কৰাৰ পিছত মেছিয়ে কৈ “মই কল্পনাও কৰিব পৰা নাছিলো যে মোৰ এনেকুৱা কেৰিয়াৰ হ’ব। মই বিশ্বৰ শ্ৰেষ্ঠ দলৰ হৈ খেলিব পাইছোঁ, যিটো মোৰ ভাগ্য। এই ব্যক্তিগত ট্ৰফীবোৰ জয়লাভ কৰি ভাল লাগিছে। কোপা আমেৰিকা আৰু তাৰ পিছত বিশ্বকাপ জয় কৰাটো মোৰ বাবে ডাঙৰ প্ৰাপ্তি”। ৩৬ বছৰীয়া মেছিয়ে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰা ৩টা তিনিটা বেলন ডি’অৰ বঁটা অধিক লাভ কৰিছে। ৰোনাল্ডোয়ে ২০১৭ চনত অন্তিমটো অন্তিমটো বেলন ডি’অৰ বঁটা জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে মহিলাৰ বৰ্ষশ্ৰেষ্ঠ বেলন ডি’অৰ বঁটা লাভ কৰে স্পেইনৰ ২৫ বছৰীয়া আইটানা বনমাটিয়ে।

উল্লেখ্য যে, আইটানা হৈছে বাৰ্চিল’না এফচিৰ খেলুৱৈ। ইপিনে, মেছিৰ বিশ্বকাপ বিজয়ী সতীৰ্থ এমিলিয়ানো মাৰ্টিনেজে বিশ্বৰ শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা লাভ কৰে। মুঠৰ ওপৰত এইবাৰৰ বেলন ডি’অৰ চলে আৰ্জেন্টাইন আৰু বাৰ্চিল’নাৰ খেলুৱৈৰ যাদু। মেছিৰ এই সাফল্যক আনন্দিত কৰি তুলিছে অনুৰাগীসকলক। ইউৰোপ আৰু বিশ্বজয়ৰ পিছত নৰ্থ আমেৰিকাত চলক মেছিৰ দুভৰিৰ যাদু। আশা অনুৰাগীৰ।

5 COMMENTS

  1. Hi! Do you know if they make any plugins to help with Search Engine
    Optimization? I’m trying to get my site to rank for some targeted keywords but I’m not seeing very good gains.
    If you know of any please share. Kudos! You can read
    similar article here: Blankets

  2. Hey there! Do you know if they make any plugins to assist with SEO?
    I’m trying to get my website to rank for some targeted keywords but I’m not seeing very good results.

    If you know of any please share. Many thanks! I saw similar blog here:
    Coaching

  3. I am extremely inspired with your writing abilities and also with the layout on your weblog. Is this a paid subject or did you modify it yourself? Anyway keep up the nice quality writing, it’s rare to peer a great blog like this one nowadays. I like as.nktv.in !

  4. I am really impressed together with your writing skills and also with the format on your weblog. Is that this a paid subject or did you customize it your self? Anyway stay up the nice high quality writing, it’s uncommon to look a great blog like this one these days. I like as.nktv.in ! I made: Lemlist

  5. I’m extremely impressed together with your writing skills and also with the format to your weblog. Is this a paid subject matter or did you modify it yourself? Anyway keep up the excellent quality writing, it is rare to see a great blog like this one nowadays. I like as.nktv.in ! I made: Leonardo AI x Midjourney

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে দিলে ভাল খবৰ

টকা খৰচ কৰি এতিয়া আৰু আপুনি কিনিব নালাগে মোবাইল।...

১৪ বছৰ বয়সত কিদৰে নিজকে IPLৰ বাবে যোগ্য কৰি তুলিছিল বৈভৱ সূৰ্যবংশীয়ে?

বিহাৰৰ সমষ্টিপুৰৰ ১৪ বছৰীয়া ক্ৰিকেট প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে আই...

ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা

ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা। লাহোৱালত দলবদ্ধ আক্ৰমণত প্ৰাণ...

ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা

ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা। মাটি...