দৈনিক বাতৰি

বতৰ বিজ্ঞান বিভাগৰ আগজাননী, ১৯,২০ জানুৱাৰীত অসমত পুনৰ বৰষুণ হোৱাৰ সম্ভাৱনা!

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী। দেশৰ বিভিন্ন অঞ্চলত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। শেহতীয়া আগজাননী অনুসৰি ১৯ আৰু ২০ জানুৱাৰীত...

দেশত অব্যাহত আছে ক’ভিডৰ ভয়াৱহ সংক্ৰমণ!

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২ লাখ ৭১ হাজাৰ ২০২জন। শনিবাৰৰ তুলনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২,৩৬৯ জনলৈ। ইয়াৰ বিপৰীতে সমগ্ৰ...

আজি শিল্পী দিৱস, সুন্দৰৰ পূজাৰীৰ কালজয়ী গীতৰ মূৰ্ছনাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য

আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী, বিপ্লৱী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতৰ মূৰ্ছনাৰে মুখৰিত হ’ব আজি সমগ্ৰ ৰাজ্য। জ্যোতি প্ৰসাদৰ জ্যোতি অৱলোকন হ’ব আজি...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল...

যদি PSO নাথাকে, ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য কি থাকিব? ৰমাকান্ত দেউৰীৰ অদ্ভূত মন্তব্য!

PSOক লৈ অদ্ভূত মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ। PSO নাথাকিলে জনপ্ৰতিনিধিৰ মৰ্যদা নাথাকিব। সাধাৰণ ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত চিন নাথাকিব। PSO নহ’লে জনপ্ৰতিনিধিৰ ষ্টেটাছ নাইকীয়া...

Popular