দৈনিক বাতৰি

ৰে’ল বিভাগৰ এখন বেনাৰে লগাইছে তোলপাৰ

মুকলিৰ পূৰ্বেই গোলাঘাটৰ ফৰকাটিং ফ্লাই অভাৰক লৈ বিতৰ্ক। সদ্যনিৰ্মিত উৰণীয়া সেতুখন মুকলিৰ পাছত বন্ধ কৰি দিয়া হ'ব গোলাঘাট-ফৰকাটিং ৰোড! ৰে'ল বিভাগৰ এখন বেনাৰে লগাইছে...

শ্বেয়াৰ বজাৰত ১৯৫ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন ফেচবুক!

শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন ফেচবুকৰ মালিক সংস্থা ‘মেটা’। এদিনতে ২৬ শতাংশ হ্ৰাস মেটাৰ শ্বেয়াৰৰ মূল্য। বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ফেচবুকৰ এয়াই বৃহৎ পতন। ফেচবুক...

আজি বিশ্ব কৰ্কট ৰোগ দিৱস

আজি বিশ্ব কৰ্কট ৰোগ দিৱস। প্ৰতিবছৰে ৪ ফেব্ৰুৱাৰী দিনটোত পালন কৰা হয় এই দিৱস। কৰ্কট দিৱস উপলক্ষে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষ পদক্ষেপ। কৰ্কট...

সৰস্বতী পূজাৰ দিনটোত ৰাজ্যত হ’ব পাৰে বৰষুণ!

বতৰে বিধি পথালি দিব সৰস্বতী পূজাৰ আনন্দ-উৎসাহত। ২৪ ঘণ্টাত ৰাজ্যত হ’ব পাৰে নেৰানেপেৰা বৰষুণ। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ উচ্চতাত উৎপত্তি হোৱা ধুমুহাই...

আমেৰিকাৰ সেনাৰ আক্ৰমণত নিহত ISISৰ প্ৰমুখ

আমেৰিকাৰ সেনাৰ আক্ৰমণত নিহত ISISৰ প্ৰমুখISISৰ প্ৰমুখ আবু ইব্ৰাহিম নিহত ছিৰিয়াতছিৰিয়াত ISISৰ ঘাটিত আক্ৰমণ আমেৰিকান সৈন্যৰটুইট কৰি সমগ্ৰ কথা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েISISৰ বিৰুদ্ধে এয়া...

Popular