দৈনিক বাতৰি

ফেব্ৰুৱাৰীত APDCLৰ ৰাজহ সংগ্ৰহ ১০৪%লৈ বৃদ্ধি!

APDCLৰ ৰাজহ সংগ্ৰহৰ হাৰ বহুগুণে বৃদ্ধিচলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৰাজহ সংগ্ৰহ ১০৪%লৈ বৃদ্ধিফেব্ৰুৱাৰীত APDCLএ সংগ্ৰহ কৰে ৪৬২.৪৭ কোটি টকা১০০% ৰাজহ সংগ্ৰহ দক্ষতা প্ৰদৰ্শনৰ বাবে APDCLক...

পুনৰ আলফা স্বাধীনলৈ মাৰ্ঘেৰিটাৰ দুই যুৱক!

পুনৰ আলফা স্বাধীনলৈ মাৰ্ঘেৰিটাৰ দুই যুৱক! আলফা স্বাধীনত যোগদানৰ সন্দেহ মহন্ত বৰুৱা আৰু বিকাশ ৰাজবংশীৰ। দুদিন ধৰি সন্ধানহীন হৈ আছে তিনি মাকুম পথাৰৰ দুই...

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিছে ৰাছিয়াই

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিছে ৰাছিয়াইৰাছিয়াৰ আক্ৰমণত ধ্বংস সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 Mriyaকিয়েভত ৰাখি থোৱা অৱস্থাত ৰাছিয়াই ধ্বংস কৰে এয়াৰক্ৰাফটখনইউক্ৰেইনৰ ফালৰ পৰা সদৰী এই কথাইউক্ৰেইনে...

আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৩৮ খন আসনৰ বাবে প্ৰথম পৰ্যায়ত হ’ব ভোটগ্ৰহণ৩৮ খন আসনৰ বাবে অৱতীৰ্ণ হৈছে ১৭৩ গৰাকী প্ৰাৰ্থীপুৱা ৬ বজাৰ পৰা ভোটগ্ৰহণ...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মেষ ৰাশিৰ আজি দেহৰ অসুস্থতা আৰু মানসিক অশান্তি কাৰক হ’ব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষার্থী, শিল্পীৰ উৎসাহ বৃদ্ধি আৰু উন্নতিৰ...

Popular