আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

  • আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
  • ৩৮ খন আসনৰ বাবে প্ৰথম পৰ্যায়ত হ’ব ভোটগ্ৰহণ
  • ৩৮ খন আসনৰ বাবে অৱতীৰ্ণ হৈছে ১৭৩ গৰাকী প্ৰাৰ্থী
  • পুৱা ৬ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ
  • সন্ধিয়া ৭ বজালৈ চলিব ভোটগ্ৰহণ
  • প্ৰথম পৰ্যায়ত মণিপুৰত ৫ খন জিলাত হৈছে নিৰ্বাচন
  • পশ্চিম ইম্ফল, পূব ইম্ফল, বিষ্ণুপুৰ, কাংপুকপি, চুৰা চান্দপুৰত ভোটগ্ৰহণ
  • দুটা পৰ্যায়ত মণিপুৰত সম্পন্ন হ’ব ভোটগ্ৰহণ
  • ৫ মাৰ্চত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
  • ১০ মাৰ্চত হ’ব মণিপুৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
  • মণিপুৰ বিধানসভাত আছে মুঠ ৬০ খন আসন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...