দৈনিক বাতৰি

কিয় চেলছিক বিক্ৰী কৰিব ওলাইছে ৰাছিয়ান স্বত্বাধিকাৰী ৰোমান আব্ৰামোভিছে?

২০০৩ চনত ইংলিছ ফুটবল ক্লাব চেলছিক ক্ৰয় কৰিছিল ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ অন্যতম সংগী ৰোমান আব্ৰামোভিছে । কিন্তু ১৯ বছৰৰ পিছত চেলিছিক বিক্ৰী কৰাৰ চিন্তা...

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ সামৰিক আগ্ৰাসন বন্ধ কৰাৰ পক্ষত ১৪১টা ভোট

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানক লৈ ভোটদানভোটদানৰ পৰা বিৰত থাকে ভাৰতসামৰিক আগ্ৰাসন বন্ধ কৰাৰ পক্ষত ১৪১টা ভোট৩৫খন দেশ বিৰত থাকে ভোটদানৰ পৰাৰাছিয়াৰ...

বাংলাদেশত গ্ৰেপ্তাৰ KLOৰ সাধাৰণ সম্পাদক

চৰকাৰৰে শান্তি চুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বাংলাদেশত গ্ৰেপ্তাৰ KLOৰ সাধাৰণ সম্পাদক। বাংলাদেশ আৰ্মীয়ে গ্ৰেপ্তাৰ কৰে কৈলাশ কোঁচ নামৰ KLO সদস্যজনক। সংগঠনটোৰ তৰফৰ পৰা...

ৰুছৰ আক্ৰমণত খাৰ্কিভৰ আৰক্ষী মুখ্য কাৰ্যালয় বিধ্বস্ত

খাৰ্কিভৰ আৰক্ষী মুখ্য কাৰ্যালয় ৰুছ আক্ৰমণত বিধ্বস্তখাৰ্কিভৰ এয়াৰফ’ৰ্চ ইউনিভাৰ্ছিটীতো প্ৰচণ্ড আক্ৰমণখেৰ্চান বিমানবন্দৰৰ ওচৰত প্ৰচণ্ড বিস্ফোৰণখেৰ্চান সম্পূৰ্ণৰূপে দখল কৰাৰ দাবী ৰুছ প্ৰতিৰক্ষা মন্ত্ৰীৰবিগত ২৪ ঘণ্টাত...

বিশাল ব্ৰহ্মপুত্ৰৰ মাজত সন্ধানহীন সমীৰণ বৰা!

যোৰহাটৰ নিমাতী ঘাটত পুনৰ অঘটন। মাজুলীৰ অফলাঘাট অভিমুখী এচ বি টু চেনিমাই নামৰ ফেৰীৰ পৰা এজন যুৱকৰ ব্ৰহ্মপুত্ৰত জাঁপ। ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিয়া...

Popular