দৈনিক বাতৰি

শ্বাহিন আফ্ৰিদীয়ে যশপ্ৰীত বুমৰাহক দিলে বিশেষ উপহাৰ

পিতৃ-মাতৃ… জীৱনৰ আটাইতকৈ মধুৰ অনুভৱ পিতৃ-মাতৃ। এটা ভাল লগা সত্তা… সকলোৰে হৃদয়ত বাজি উঠা এটা সুৰীয়া সুৰ হয়তো পিতৃ-মাতৃ। কিছুদিন পূৰ্বেই পিতৃ হৈছে ক্ৰিকেটাৰ...

পুনৰবাৰ ইতিহাস গঢ়িলে চাৰ্বিয়ান খেলুৱৈ ন’ভাক জক’ভিচে

পুনৰ বাৰ ইতিহাস গঢ়িলে চাৰ্বিয়ান খেলুৱৈ ন’ভাক জক’ভিচে। US অ’পেনৰ খিতাপ অৰ্জন কৰি ২৪টা গ্রেণ্ডশ্লেম অৰ্জনৰ বিৰল অভিলেখৰ অধিকাৰী হ’ল ৩৬ বছৰীয়া বৰ্ষীয়ান খেলুৱৈজন।...

খেলপথাৰৰ বাহিৰৰ বন্ধুত্বৰ নিদৰ্শন দাঙি ধৰিলে দুৰ্দান্ত পাক পেচবলাৰ শ্বাহিন আফ্ৰিদীয়ে

ভাৰত-পাকিস্তানে পৰস্পৰক শত্ৰু দেশ বুলিয়েই গণ্য কৰেভাৰত-পাকিস্তানৰ শত্ৰুতা পৰিস্ফূট হয় খেলপথাৰতোভাৰত-পাকিস্তানৰ খেল মানেই হৈ পৰে ৰণক্ষেত্ৰভাৰত আৰু পাকিস্তানৰ সমৰ্থকৰ মাজতো হয় ব্যাপক দ্বন্দ্বকিন্তু ইয়াৰ...

মৰক্কোত বিধ্বংসী ভূঁইকঁপত নিহতৰ সংখ্যা ২ হাজাৰলৈকে বৃদ্ধি

ভূমিকম্প বিধ্বস্ত মৰক্কোত ইতিমধ্যে ২ হাজাৰৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। পাহাৰীয়া দেশ মৰক্কোৰ দুৰ্গম অঞ্চললৈ উদ্ধাৰকাৰী দল এতিয়ালৈ গৈ নোপোৱাৰ বাবে এই দুৰ্যোগত...

থলুৱা বৃত্তিৰ প্ৰসাৰৰ বাবে থলুৱা দক্ষতা প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

দক্ষতা বৃদ্ধিৰ বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ দক্ষতা অধিক বিকশাই তোলাৰ উদ্দেশ্যৰে জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে যুৱক-যুৱতীৰ দক্ষতা...

Popular