দৈনিক বাতৰি

ভৱিষ্যতৰ পৃথিৱীখন কল্পনা কৰি বিশ্ববিদ্যালয়ে পাঠ্যক্রম প্রস্তুত কৰিব লাগিব : মুখ্যমন্ত্রী

উপ-ৰাষ্ট্ৰপতিৰ উপস্থিতিত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ বিশ্ববিদ্যালয়সমূহ ৰাজ্যৰ উত্থানত বৰঙণি যোগাব পৰা জ্ঞান মন্দিৰলৈ ৰূপান্তৰিত হ'ব লাগিব : মুখ্যমন্ত্রী দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়,...

এইবাৰৰ বিশ্বকাপত ব্যৱহাৰ হৈছে এই ৯টা বিশেষ ল’গ’

ভাৰতত অনুষ্ঠিত হৈ আছে ICC ক্ৰিকেট বিশ্বকাপ ২০২৩। ১৯৭৫ চনত আৰম্ভ হোৱা এই এদিনীয়া বিশ্বকাপৰ এক সমৃদ্ধ ইতিহাস আছে। কিন্তু আপুনি জানেনে ভাৰতত অনুষ্ঠিত...

সামৰণি পৰিল মিচিং অলিম্পিক ২০২৩

সামৰণি পৰিল মিচিং অলিম্পিক ২০২৩মিচিং অলিম্পিকত বিকাশ ঘটিল বহু সুপ্ত প্ৰতিভাৰমিচিং সমাজৰ সম্ভাৱনাক মঞ্চ দিয়াৰ বিনম্ৰ প্ৰয়াসTMPKক উচ্চ প্ৰশংসা সদৌ অসম ছাত্ৰ সন্থাৰ বুধবাৰৰ পৰা...

দেশৰ প্ৰসিদ্ধ উদ্যোগপতি মুকেশ আম্বানীক মৃত্যুৰ ভাবুকি

দেশৰ প্ৰসিদ্ধ উদ্যোগপতি মুকেশ আম্বানীক মৃত্যুৰ ভাবুকি ২০ কোটি টকা নিদিলে হত্যা কৰিব উদ্যোগপতিজনক ই-মেইলযোগে এই ভাবুকি উদ্যোগপতি মুকেশ আম্বানীক নিজকে দেশৰ দুৰ্ধৰ্ষ শ্বুটাৰ আখ্যা অচিনাক্ত ব্যক্তিৰ অচিনাক্ত...

পশ্চিমবংগ চৰকাৰৰ আঁচনিৰ অধীনৰ চাইকেল উদ্ধাৰ অসমত

পশ্চিমবংগ চৰকাৰৰ আঁচনিৰ অধীনৰ চাইকেল উদ্ধাৰ অসমত সবুজ সাথী আঁচনিৰ অধীনৰ বিশ্ব বাংলা চাইকেল অসমত উদ্ধাৰ তামাৰহাট আৰক্ষীৰ অভিযানত উদ্ধাৰ ৬০খনকৈ চাইকেল পশ্চিমবংগৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আবণ্টিত আছিল...

Popular