দৈনিক বাতৰি

এইখন অসমতে ক’ত ৯৪ টকাৰ ওপৰত পেট্ৰ’লৰ দাম?

গুৱাহাটী, ১৪ জুন, NKTV: ৰাজ্যত অব্যাহত পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি। পেট্ৰ'ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ বাবে এতিয়া মুৰৰ কামুৰণিৰ সৃষ্টি কৰিছে। মহানগৰী গুৱাহাটীত এতিয়া পেট্ৰ'লৰ মূল্য...

ছাম্বাৰ দেশত কোপা আমেৰিকা

ফুটবলৰ দেশ ব্ৰাজিলত কোপা আমেৰিকাইউৰো কাপৰ সমান্তৰালকৈ লেটিন আমেৰিকাত ফুটবলৰ উন্মাদনাকৰ'না বিধস্ত ব্ৰাজিলত দুভৰিৰ যাদুউদ্বোধনী মেচত ব্ৰাজিলৰ প্ৰতিদ্বন্দ্বী ভেনিজুৱেলানেইমাৰ-মেছীৰ পদশিল্প উপভোগৰ বাবে সাজু ফুটবলপ্ৰেমীছাম্বাৰ...

বজালী জিলা গঠন, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাত সম্পূৰ্ণানন্দ তালুকদাৰৰ অৱদান অনস্বীকাৰ্য: মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসম আন্দোলনৰ অগ্রণী সেনানী, বজালী নিবাসী বিশিষ্ট সমাজ সেৱক- শিক্ষাবিদ তথা বজালী মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ সদ্যপ্রয়াত সম্পূৰ্ণানন্দ তালুকদাৰৰ...

NKTVৰ বাতৰিৰ পিছতেই পৰীক্ষা সন্দৰ্ভত মুখ খুলিছে শিক্ষামন্ত্ৰীয়ে

মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছে চৰকাৰ। কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাৰ সৱিশেষ NK TVত সম্প্ৰচাৰ হোৱাৰ পিছতে...

দুয়োটা ড’জ লোৱা কৰ্মচাৰীয়ে সোমবাৰৰ পৰাই যাব লাগিব কাৰ্যালয়লৈ

চৰকাৰী কৰ্মচাৰীৰ বাবে শিথিল হ’ল কঠোৰ ক’ভিড বিধি। ৰোগ প্ৰতিৰোধ ক্ষমতা তৈয়াৰ হোৱালৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই। প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীয়ে সোমবাৰৰ পৰাই...

Popular