দৈনিক বাতৰি

ট্ৰাম্পৰ সৈতে বৈঠকত কি কথা পাতিলে পুটিনে? মোদীক ফোন কৰি জনালে ‘বন্ধু’ পুটিনে

১৫ আগষ্টত আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত কি কথা-বতৰা হৈছিল, সেই বিষয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ফোনযোগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক...

‘এছিয়া কাপত বৈভৱ খেলাওক!’ ১৪ বছৰীয়া সূৰ্য্যবংশীৰ নাম প্ৰস্তাৱ কৰিলে প্ৰাক্তন মুখ্য নিৰ্বাচকে

মঙ্গলবাৰে এছিয়া কাপৰ বাবে ভাৰতৰ দল ঘোষণা কৰা হ’ব। কোন ১৫ জন খেলুৱৈয়ে সেই দলত স্থান পাব, তাৰ প্ৰতি ভাৰতীয় সমৰ্থকৰ দৃষ্টি নিবদ্ধ হৈ...

ছাউণ্ড বক্সৰ ভিতৰত বোমা ভৰাই ‘প্রেমিকা’ৰ স্বামীক দিলে উপহাৰ; তাৰ পিছত কি হ’ল?

হত্যাৰ ষড়যন্ত্ৰ ফাদিল কৰিবলৈ গৈ আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰীৰ এটা বৃহৎ চক্ৰৰ সন্ধান পাইছে। এই ঘটনাত ইতিমধ্যে এজন বিদ্যুৎ মেকানিকক গ্ৰেপ্তাৰ কৰা হৈছে। সেই মেকানিকৰ...

পাকিস্তানত ক্ষমতা দখল কৰিব নেকি সেনাই? সমগ্ৰ দেশতে জল্পনা-কল্পনা অব্যাহত

পাকিস্তানত ক্ষমতা দখল কৰাৰ পথ লৈছে নেকি সেনাবাহিনীয়ে? ৰাষ্ট্ৰপতি আছিফ আলি জাৰদাৰীক কিয় আঁতৰাই দিয়া হ’ব? সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল’ব নেকি সেনাপ্ৰধান তথা...

পুটিনলৈ চিঠি লিখিছিল ট্ৰাম্পৰ পত্নী মেলানিয়াই… কি আছিল সেই চিঠিত?

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনলৈ আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে ব্যক্তিগতভাৱে এখন চিঠি লিখিছে। তেওঁৰ স্বামী ড’নাল্ড ট্ৰাম্পৰ জৰিয়তে এই চিঠিখন পঠিয়াইছিল। আলাস্কাত ট্ৰাম্প আৰু...

Popular