দৈনিক বাতৰি

২৫ শতাংশলৈকে বাঢ়িব সুৰাৰ দাম

ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে দুঃখবৰ। ১০ ডিচেম্বৰৰ পৰা বাঢ়িব সুৰাৰ দাম। ১৮ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত সুৰাৰ মূল্যবৃদ্ধি। অসম আবকাৰী বিধি সংশোধনী প্ৰকাশ কৰি...

ক’ভিড ৰোগী বৃদ্ধি হ’লে মুকলি কৰা হ’ব সৰুসজাই ক’ভিড হাস্পতাল

ক’ভিড পৰিস্থিতি চম্ভালিবলৈ সাজু স্বাস্থ্য বিভাগ। ৰাজ্যত ক’ভিড ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি হ’লে মুকলি কৰা হ’ব সৰুসজাই ক’ভিড হাস্পতাল। আজি এই কথা প্ৰকাশ কৰে...

অ’মিক্ৰন : আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ ওলালেও কোৱাৰেণ্টিন বাধ্যতামূলক

অ'মিক্ৰনক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা - আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক'ভিড পৰীক্ষাৰ ৰিপ'ৰ্ট নিগেটিভ ওলালেও ৭ দিনৰ কোৱাৰেণ্টিনত থকাটো...

আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

আজি ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ২১ সংখ্যক ভাৰত–ৰাছিয়া শীৰ্ষ সন্মিলনত মিলিত হ’ব। ২০১৯ৰ নৱেম্বৰত ব্ৰাজিলিয়াত BRICS শীৰ্ষ...

নাগালেণ্ড এম্বুছ : আজি সদনত ভাষণ ৰাখিব গৃহমন্ত্ৰী অমিত শ্বাহে

নাগালেণ্ডৰ ঘটনাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। আজি এই ঘটনাক লৈ সংসদত অনুষ্ঠিত হ’ব বিশেষ আলোচনা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগালেণ্ডৰ হিংসাত্মক ঘটনা সন্দৰ্ভত লোকসভাত...

Popular