দৈনিক বাতৰি

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক পাহৰিলে নেকি সকলোৱো ? ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অসম ব্ৰিটিছৰ...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ হ্ৰাস পাই ৯৫.৯৫ টকা হয়। দিনটোৰ আৰম্ভণিতে টকা ৯৫.৯৬ টকালৈ নামিছিল, যিটো ১৭ ছেপ্টেম্বৰৰ পাছত...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে। এছিয়ান...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। মনোনয়ন পত্ৰ দাখিলক লৈ দুটা ফৈদৰ মাজত...

ইটানগৰত ANSUৰ বন্ধত হিংসাত্মক পৰিস্থিতি; ৰাজপথত গাড়ী জ্বলাই প্ৰতিবাদ

শিক্ষা-সম্পৰ্কীয় কেইবাটাও দাবীক লৈ All Nyishi Students’ Union (ANSU)-এ আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধক কেন্দ্ৰ কৰি ইটানগৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। বৃহস্পতিবাৰে পুৱা ৫...

Popular