দৈনিক বাতৰি

জম্মু-কাশ্মীৰ, হিমাচল, উত্তৰাখণ্ডত তাপমান নামিছে শূন্য ডিগ্ৰীৰ তললৈ

উৎকট শীত প্ৰবাহে গ্রাস কৰিছে সমগ্র উত্তৰ ভাৰতজম্মু-কাশ্মীৰ, হিমাচল, উত্তৰাখণ্ডত তাপমান নামিছে শূন্য ডিগ্ৰীৰ তললৈশুভ্র বৰফৰ আচ্ছাদনে আৱৰি পেলাইছে এই ৰাজ্যকেইখনতুষাৰপাতৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা...

হাতীগাঁৱৰ নাহৰণি পথত ছুৰিকাঘাতৰ শিহৰণকাৰী ঘটনা

তেজৰ টোপাল লাগি থকা জোতা-হেলমেট ৰাস্তাতGMCHত মৃত্যু হ’ল মৰাণৰ মৌচুমী গগৈৰমৌচুমীক আক্ৰমণ কৰি নিজকে শেষ কৰাৰ চেষ্টা ভূপেন দাসৰ এই চিচিটিভি ভিজুৱেল চাই শিহৰিত হব...

ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন অঙ্কুৰমৰ বঁটা প্ৰদান অনুষ্ঠান

ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন অঙ্কুৰমে যোৱা কিছু বছৰৰ পৰা বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াই বিভিন্ন ব্যক্তিক সংগঠনটোৱে বঁটা প্ৰদান কৰি বিশষভাৱে সন্মানিত কৰি আহিছে...

মহানগৰীৰ লাষ্টগেটৰ ছুৰিকাঘাতৰ ঘটনাৰ শেহতীয়া আপডেট

মহানগৰীৰ লাষ্টগেটৰ ছুৰিকাঘাতৰ ঘটনাৰ শেহতীয়া আপডেট। প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই হত্যা মৌচুমী গগৈক। মহানগৰীৰ লাষ্টগেটত সংঘটিত হৈছিল এই ঘটনা। যুৱতীক ছুৰিকাঘাত কৰি পলায়ন কৰিছিল ভূপেন...

দুৰ্বৃত্তই ছুৰিকাঘাত কৰা মৌচুমী গগৈৰ মৃত্যু

দুৰ্বৃত্তই ছুৰিকাঘাত কৰা মৌচুমী গগৈৰ মৃত্যু। লাষ্টগেটৰ নাহৰণি পথত ছুৰিকাঘাত কৰিছিল মৌচুমীক। যুৱতীক ছুৰিকাঘাত কৰি পলায়ন কৰিছিল দুৰ্বৃত্তই। এখন ছুইফট ডিজায়াৰত অহা দুৰ্বৃত্তই সংঘটি...

Popular