দৈনিক বাতৰি

শুভ্ৰ চাদৰৰ তলত সোমাই পৰিছে হিমাচল

আইনাৰ টুকুৰাৰ দৰে সৰিছে বৰফ শুভ্ৰ চাদৰৰ তলত সোমাই পৰিছে প্ৰকৃতিৰ ৰম্যভূমি কেউফালে কেৱল বৰফৰ স্তুপ ডিচেম্বৰৰ শেষৰ পৰা প্ৰবল শীতৰ কবলত পৰিছে হিমাচল প্ৰদেশ তুষাৰপাতে হিমাচলৰ ৰূপ...

ভূমিকম্পত প্ৰাণ হেৰুৱালে ১০০ৰো অধিক লোকে

পুৱাই দেশৰ ভিন্ন প্ৰান্তত অনুভূত হ’ল ভূমিকম্প। মহাৰাষ্ট্ৰ, দিল্লী, ভূটান, বিহাৰ, পশ্চিমবংগ আদিত কম্পন। তিব্বতৰ নেপাল সীমান্তত এই ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.১...

বৃহৎ পৰিসৰৰ বিনিয়োগ আকৰ্ষণৰ বাবে আইন সংশোধন কৰিবলৈ ৰাজ্য চৰকাৰ ইচ্ছুক : মুখ্যমন্ত্রী

আগন্তুক 'এডভান্টেজ আছাম ২.০' উপলক্ষে মুম্বাইত বর্ণাঢ্য ৰোডশ্ব'ত অংশগ্রহণ মুখ্যমন্ত্রী ড° শৰ্মাৰৰোডশ্ব'ত ব্যৱসায়িক সুযোগৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনাসমূহ দাঙি ধৰিলে মুখ্যমন্ত্রীয়েবৃহৎ পৰিসৰৰ বিনিয়োগ আকৰ্ষণৰ বাবে...

কথা আছিল ছোৱালীজনীৰ বিয়াখন পতাৰ

কিমান যে সপোন…কথা আছিল ছোৱালীজনীৰ বিয়াখন পতাৰ, বুকুত অজুত সপোন বান্ধি টকাৰ যোগাৰ কৰিবলৈ ওলাই যোৱা মানুহজন এতিয়া কয়লাখনিত আবদ্ধ। উমৰাংছুৰ কয়লাখনিত আবদ্ধ গোসাঁইগাঁৱৰ সৰ্পা...

মহাকুম্ভ মেলাৰ পূৰ্বেই লোকাৰণ্য প্ৰয়াগৰাজ

বিশ্বৰে সৰ্ববৃহৎ মহা সমাৰোহ মহাকুম্ভ মেলা এইবাৰ অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত। ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা মহাকুম্ভ মেলাৰ বাবে ইতিমধ্যেই দেশ–বিদেশৰ সাধু–সন্তৰ...

Popular