শুভ্ৰ চাদৰৰ তলত সোমাই পৰিছে হিমাচল

আইনাৰ টুকুৰাৰ দৰে সৰিছে বৰফ

শুভ্ৰ চাদৰৰ তলত সোমাই পৰিছে প্ৰকৃতিৰ ৰম্যভূমি

কেউফালে কেৱল বৰফৰ স্তুপ

ডিচেম্বৰৰ শেষৰ পৰা প্ৰবল শীতৰ কবলত পৰিছে হিমাচল প্ৰদেশ


তুষাৰপাতে হিমাচলৰ ৰূপ সলনি কৰিছে


যোৱা কেইবাদিনো ধৰি হিমাচলত পৰিছে বৰফ


বৰফাবৃত্ত হিমাচলত সময় কটাবলৈ ভিৰ কৰিছে পৰ্যটকেও

Popular

More like this
Related

২১৪ জন পণবন্দীক হত্যা, বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া

২১৪ জন পণবন্দীক হত্যা। বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া।...

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩...