গঁড়ৰ সন্মুখত জিপছীৰ পৰা বাগৰি পৰিল পৰ্যটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা।


গঁড়ৰ সন্মুখত জিপছীৰ পৰা বাগৰি পৰিল পৰ্যটক । বাগৰি বনাঞ্চলৰ প্ৰৱেশদ্বাৰৰ সমীপত এই ঘটনা।


সন্তানসহ জিপছীৰ পৰা পৰিল মহিলাগৰাকী। জিপছীখনে তীব্ৰ বেগেৰে এটা কেঁকুৰী পাৰ হওতেই এই ঘটনা। এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। একাংশ চালকৰ মইমতালিৰ বাবে বিপদত পৰিবলগীয়া হৈছে পৰ্যটক। নিয়ম উলংঘা কৰা জীপছীসমূহক চলিত পৰ্যটন বৰ্ষত উদ্যানত প্ৰৱেশত নিষেধাজ্ঞা।

অনুজ্ঞাপত্ৰ বাতিলৰো নিৰ্দেশ পৰিবহণ বিভাগক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...