ভূমিকম্পত প্ৰাণ হেৰুৱালে ১০০ৰো অধিক লোকে

পুৱাই দেশৰ ভিন্ন প্ৰান্তত অনুভূত হ’ল ভূমিকম্প। মহাৰাষ্ট্ৰ, দিল্লী, ভূটান, বিহাৰ, পশ্চিমবংগ আদিত কম্পন। তিব্বতৰ নেপাল সীমান্তত এই ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ স্কেল। অসমতো আংশিকভাৱে অনুভূত এই কম্পন। পুৱা ৬.৩৮ বজাত অনুভূত এই ভূমিকম্প। প্ৰায় ১৫ ছেকেণ্ড ধৰি অনভূত হয় ভূমিকম্পৰ। নেপাল আৰু তিব্বত সীমান্তত ভূমিকম্পৰ সৰ্বাধিক ক্ষয়–ক্ষতি। তিব্বতৰ নেপাল সীমান্তত ভূমিকম্পৰ অভিকেন্দ্ৰ। নেপাল-তিব্বত সীমান্তত ভূমিকম্পত নিহতৰ সংখ্যা শতাধিক। ভূমিকম্পত ৬০ৰো অধিক লোক আহত। চীন দেশৰো কিছু কিছু অঞ্চলত অনুভূত ভূমিকম্প।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...