কথা আছিল ছোৱালীজনীৰ বিয়াখন পতাৰ

কিমান যে সপোন…কথা আছিল ছোৱালীজনীৰ বিয়াখন পতাৰ, বুকুত অজুত সপোন বান্ধি টকাৰ যোগাৰ কৰিবলৈ ওলাই যোৱা মানুহজন এতিয়া কয়লাখনিত আবদ্ধ।

উমৰাংছুৰ কয়লাখনিত আবদ্ধ গোসাঁইগাঁৱৰ সৰ্পা বৰ্মন। সৰ্পা বৰ্মনৰ ঘৰত এতিয়া বিৰাজ কৰিছে অনিশ্চিয়তাই। উল্লেখ্য যে জীয়ৰীৰ বিয়াৰ বাবে টকাৰ যোগাৰ কৰিবলৈকে কয়লাখনিত কাম কৰিবলৈ গৈছিল লোকজন। মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ সৰ্পা বৰ্মনৰ দুই কন্যাৰ, ‘দেউতাৰ বাহিৰে পৰিয়ালক পোহপাল দিবলৈ কোনো নাই। দেউতা সুকলমে উভতি আহক…’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...