দৈনিক বাতৰি

ছিয়াং নদীবান্ধক লৈ প্ৰতিবাদৰ মাজতে অৰুণাচললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ; শুকুৰবাৰৰ পৰা ৩দিনীয়া ভ্ৰমণসূচীৰে অৰুণাচললৈ আহিব গৃহমন্ত্ৰীগৰাকী

শুকুৰবাৰৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ভ্ৰমণকালত ৰাজ্যখনৰ উন্নয়ন, সীমান্ত সুৰক্ষা, আন্তঃগাঁথনি আৰু ছিয়াং আপাৰ মাল্টিপাৰপ’জ প্ৰজেক্টক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ...

১২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ৫ এপ্ৰিলত অন্ত পৰিব পৰীক্ষা

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (ASSEB) দ্বাদশ শাখাই। প্ৰকাশিত সূচী অনুসৰি, অহা ১২ মাৰ্চৰ পৰা...

মৰিগাঁৱত নিশা মৰ্মান্তিক পথ দুৰ্ঘটনা, সুৰামত্ত পিতৃৰ বাহনৰ খুন্দাত প্ৰাণ গ’ল দুই কণমানি কন্যাৰ

মৰিগাঁও জিলাৰ কপাহেৰা ঘুমটি গাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। নিশা সংঘটিত দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱায় একেটা পৰিয়ালৰ দুই...

আমিনগাঁৱত STFৰ বৃহৎ ড্ৰাগছবিৰোধী অভিযান, ৮৫ কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আমিনগাঁৱত বৃহৎ সফলতা লাভ কৰিছে বিশেষ টাস্ক ফ’ৰ্চে (STF)। অভিযানত প্ৰায় ৮৫ কোটি টকা বজাৰ মূল্যৰ...

ঘূৰ্ণীবতাহ ‘আকৱান’ৰ বাবে সৰ্তকবাণী ! তিনিদিনৰ বাবে পুৰীৰ জগন্নাথ মন্দিৰ ভ্ৰমণ নকৰিবলৈ দৰ্শনাৰ্থীসকলক আহ্বান

ঘূৰ্ণীবতাহ ‘আকৱান’ৰ সম্ভাৱ্য প্ৰভাৱক লৈ ওড়িশাত, বিশেষকৈ পুৰী জিলাত সতৰ্ক হৈ পৰিছে প্ৰশাসন। সম্ভাৱ্য বিপদৰ সৈতে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনে আগতীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ...

Popular