দৈনিক বাতৰি

উৰন্ত বিমানত সহ-পাইলটৰ আক্ৰমণ প্ৰতিহত কৰি যাত্ৰীক ৰক্ষা কৰা ভাৰতীয় পাইলট স্মিত মাচ্ছাৰক সন্মান UAEৰ

উৰন্ত বিমানৰ ককপিটত সহ-পাইলটৰ আক্ৰমণৰ সন্মুখীন হৈও সাহসিকতা আৰু কৰ্তব্যনিষ্ঠাৰ পৰিচয় দিয়া ভাৰতীয় পাইলট কেপ্টেইন স্মিত মাচ্ছাৰক সন্মানিত কৰিছে সংযুক্ত আৰব আমিৰশ্বাহীয়ে (UAE)। যাত্ৰীসকলৰ...

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ দীপাৱলীৰ উপহাৰ, ৩ শতাংশ বৃদ্ধি হ’ল মৰগীয়া বানচ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে সুখবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত মৰগীয়া বানচ (DA) আৰু মৰগীয়া সকাহ (DR) ৩ শতাংশ...

ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ প্ৰভাৱত ২২খন ৰে’লৰ চলাচল বাতিল, সষ্টম NDRF

বংগোপসাগৰত সৃষ্টি হোৱা প্ৰবল ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ প্ৰভাৱত দেশৰ পূব উপকূলীয় অঞ্চলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ঘূৰ্ণীবতাহৰ ফলত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ২২খন এক্সপ্ৰেছ...

স্পেইনত ভয়াৱহ ৰে’ল দুৰ্ঘটনা, নিহতৰ সংখ্যা ৩০লৈ বৃদ্ধি

স্পেইনত দুখন দ্ৰুতবেগী ৰে’লৰ সংঘৰ্ষৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বুধবাৰে সংঘটিত এই দুৰ্ঘটনাত প্ৰাথমিকভাৱে ১০জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পোৱাৰ পিছত শেহতীয়া...

ICC ৰেংকিঙত পুনৰ শীৰ্ষস্থানত অভিষেক শৰ্মা, টেষ্টৰ বলাৰ আৰু অলৰাউণ্ডাৰৰ শীৰ্ষত মাৰ্কো ইয়ানছেন

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ (ICC) শেহতীয়া পুৰুষৰ খেলুৱৈ ৰেংকিঙত ভাৰতীয় ক্ৰিকেট দলৰ অভিষেক শৰ্মাই পুনৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বেটছমেনৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। আনহাতে, দক্ষিণ...

Popular