দৈনিক বাতৰি

মুকলিৰ দিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটকৰ ভিৰ; নৈসৰ্গিক পৰিৱেশত মন্ত্ৰমুগ্ধ পৰ্যটক

পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ প্ৰথম দিনাই উদ্যানখনত দেখা গ’ল বিদেশী পৰ্যটকৰ যথেষ্ট উৎসাহ। আমেৰিকা, ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ পৰা অহা পৰ্যটকে কাজিৰঙাৰ...

অসমৰ উমৈহতীয়া দেৱানী বিধিত ৰাষ্ট্ৰপতিৰ অনুমোদন; ২৯ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ স্বাক্ষৰ প্ৰদান

অসমৰ উমৈহতীয়া দেৱানী বিধি (UCC) বিধেয়ক, ২০২৬ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে অনুমোদন জনোৱাৰ পাছত ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ পথ মুকলি হৈছে। ৰাষ্ট্ৰপতিয়ে ২৯ ছেপ্টেম্বৰত...

ধ্ৰুপদী ভাষাৰ সংৰক্ষণত কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ; তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন হ’ব ধ্ৰুপদী ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ

ভাৰতৰ ধ্ৰুপদী ভাষাসমূহৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে শিক্ষা মন্ত্ৰালয়ে পাঁচটা উৎকৰ্ষ কেন্দ্ৰ (Centres of Excellence) স্থাপনৰ অনুমোদন জনাইছে। উচ্চ...

নগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ; কংগ্ৰেছক তীব্ৰ কটাক্ষ, কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ দুদিন বাকী থকাৰ সময়তে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। শাসক-বিৰোধী উভয় পক্ষৰ প্ৰচাৰৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণো অব্যাহত আছে। আজি জাগীৰোডৰ দেওশালত...

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ, শনিবাৰক ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। সাধাৰণ প্ৰশাসন (ক) বিভাগে...

Popular