দৈনিক বাতৰি

অৰুণাচলত বান্ধবিৰোধী প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতি, আলোচনাৰ আহ্বান নিনং এৰিঙৰ; ছিয়াং নদী বান্ধক লৈ সংঘাতৰ পৰিৱৰ্তে আলোচনাৰে সমাধান বিচাৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে

অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত ছিয়াং জলবিদ্যুৎ প্ৰকল্পক লৈ অব্যাহত থকা প্ৰতিবাদৰ মাজতে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধানৰ আহ্বান জনাইছে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী...

আৰম্ভ পৰিভ্ৰমী চৰাইৰ বতৰ, উমৰাংছ’ত পৰিভ্ৰমী চৰাই আমুৰ ফেলকনৰ আগমন; চাইবেৰিয়া-চীনৰ পৰা আফ্ৰিকালৈ যাত্ৰা কৰাৰ মাজতে ডিমা হাছাওত জিৰণি

অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছ’লৈ পুনৰ আগমন ঘটিবলৈ আৰম্ভ কৰিছে সুদূৰ চাইবেৰিয়া আৰু চীনৰ পৰা অহা পৰিভ্ৰমী চৰাই আমুৰ ফেলকনৰ। প্ৰতি বছৰে আফ্ৰিকালৈ যাত্ৰা...

পশ্চিম এছিয়াত ৰক্তক্ষয়ী সংঘাত, ১৪ জন নাবিকসহ ২২ ভাৰতীয়ৰ মৃত্যু; ছৌদি আৰৱত থকা ভাৰতীয়লৈ সতৰ্কবাণী

পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে সংঘাত। ইৰানত নতুনকৈ আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছে আমেৰিকাই। আনহাতে, ছৌদি আৰৱত আক্ৰমণৰ পিছত ইৰানৰ সমৰ্থনপুষ্ট য়েমেনৰ হুথি গোটেও ধাৰাবাহিকভাৱে...

আজি বিশ্ব ষ্ট্ৰ’ক দিৱস; ষ্ট্ৰ’ক দিৱস উপলক্ষে গুৱাহাটী মেট্ৰ’ হাস্পতালৰ বিশেষ কাৰ্যসূচী

বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে আজি গুৱাহাটী মেট্ৰ’ হাস্পতালৰ উদ্যোগত এক সজাগতামূলক ৱাকাথন (এক সামাজিক বা সজাগতামূলক খোজ কঢ়া কাৰ্যসূচী)ৰ আয়োজন কৰা হয়। ষ্ট্ৰ’কৰ বিষয়ে...

কেঞ্চাৰৰ ঔষধৰ দাম ৯৩ শতাংশ পৰ্যন্ত হ্ৰাস, ৰোগীলৈ বৃহৎ সকাহ

কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে দেশত কেইবাবিধো কেঞ্চাৰৰ ঔষধৰ সৰ্বাধিক খুচুৰা বিক্ৰী মূল্য (MRP) ৯৩ শতাংশ পৰ্যন্ত হ্ৰাস কৰা হৈছে। ৰাষ্ট্ৰীয় ঔষধ...

Popular